শিলচৰ: চলিত মাহৰ আৰম্ভণিতে শিলচৰৰ এটা পৰ্যৱেক্ষণ গৃহৰ পৰা পলাই যোৱা পাঁচজন নাবালক ৰহিংগীয়াক বিচাৰি উলিয়াবলৈ অসম আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। জানিব পৰা মতে, ২৯ মে’ত শিলচৰত আৰক্ষীয়ে কোনো বৈধ নথি-পত্ৰ অবিহনে ভ্ৰমণ কৰা পাঁচজন নাবালকক তেওঁলোকৰ অভিভাৱকৰ সৈতে আটক কৰিছিল। উল্লেখযোগ্য যে ২৯ মে’ত শিলচৰৰ চেণ্ট্ৰেল ৰোডত আৰক্ষীয়ে কোনো বৈধ নথি পত্ৰ প্ৰস্তুত কৰাত […]