নিউজ ডেস্কঃ বর্তমান ভাৰতীয় ক্ৰিকেট দলৰ কিট ডিজাইনৰ অধিকাৰ থকা কিলাৰ জিনছৰ লগত চলিত বৰ্ষৰ জুন মাহত চুক্তি শেষ হোৱাৰ দিশে । তেনেতে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডয়ে সন্ধান কৰি আছে নতুন কিট স্পনছ’ৰ । শেহতীয়া খবৰ অনুসৰি, চলিত বৰ্ষৰ জুনৰ পৰাই ভাৰতীয় ক্ৰিকেট দলে পৰিধান কৰিব নতুন স্পনছ’ৰ পোছাক। যাৰ দৌৰত আগবাঢ়ি আছে বিশ্বখ্যাত ক্রীড়া সামগ্রী […]