নিউজ ডেস্কঃ ‘অতিথি দেবো ভবঃ’ অৰ্থাত অতিথি ভগবান তুল্য। ভাৰতীয় সংস্কৃতিত অতিথিক ভগবানৰ দৰে জ্ঞান কৰা হয়। ঘৰলৈ অহা প্ৰতিগৰাকী অতিথিক প্ৰথমে এগিলাচ পানী দিয়াৰ প্ৰথা। ঠিক সেইদৰে হাৰিয়ানাৰ ৰোহটকৰ ৰাস্তাত চলা এখন বিশেষ বাছৰ প্ৰতিগৰাকী যাত্ৰীকে অতিথিৰ মৰ্যাদা দিয়া হয়। বাছখনত উঠা প্ৰতিগৰাকী যাত্ৰীক দিয়া হয় এগিলাচকৈ পানী। এই বিশেষ বাছখনত উঠিবৰ বাবে এতিয়া […]