Posted inNews

গুৱাহাটীত ৩৮৯জনক প্ৰাৰ্থীক ৰোজগাৰ মেলাত নিযুক্তি পত্র প্রদান সর্বানন্দ সোণোৱালৰ

নিউজ ডেস্ক- কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভিডিঅ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰীয় ‘ৰোজগাৰ মেলাত সম্বোধন কৰে। তেওঁ বিভিন্ন চৰকাৰী বিভাগ তথা সংস্থাত নতুনকৈ নিযুক্তিপ্রাপ্ত প্রায় ৭০,০০০প্রার্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰে। গুৱাহাটীত ৩৮৯জনক প্ৰাৰ্থীক মন্ত্রী সর্বানন্দ সোণোৱালে ৰোজগাৰ মেলাত উপস্থিত থাকি আনুষ্ঠানিকভাৱে নিযুক্তি পত্র প্রদান কৰে। ৰোজগাৰ মেলাত ভাষণ দি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়  প্রধানমন্ত্রীয়ে দেশৰ […]