Posted inঅসম

কৰোনাৰ ভয়াৱহতাৰ বাবেই বন্ধ হ’ব বিহু অনুষ্ঠান

ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলতেই অধিক সক্ৰিয় হৈছে স্বাস্থ্য বিভাগ। বৰ্তমান সময়ত ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈ আছে বিহুৰ অনুষ্ঠান। এই বিহুৰ অনুষ্ঠানৰ লগতে বিভিন্ন জনসমাগম হবলগীয়া অনুষ্ঠানৰ সন্দৰ্ভত আজি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ”যি বোৰ জিলাত ৩০০ তকৈ অধিক কোভিদ আক্ৰান্ত সক্ৰিয় ৰোগী আছে তাত বিহু বা আন অনুষ্ঠানৰ বাবে […]