Posted inঅসম

মুখ্যমন্ত্ৰীয়ে ৰঙালী  বিহুৰ অনুষ্ঠানক লৈ দিলে নতুন SOP!

যোৱাবাৰৰ দৰে এইবাৰো ৰঙালী বিহুৰ অনুষ্ঠানক লৈ নতুন SOP ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে সংবাদ মেল যোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰঙালী বিহু অনুষ্ঠান আয়োজনৰ সমিতিৰ বাবে এখন নতুন SOP ঘোষণা কৰিছে। উল্লেখ্য যে, এইবাৰ ৰাজ্যৰ বিহু অনুষ্ঠানৰ কমিটিয়ে কাৰোৰে পৰা দাবী কৰিব নোৱাৰিব চান্দা। কোনোবাই নিজ ইচ্ছাৰে বৰঙণি দিলে ল’ব পাৰিব কমিটি […]