তেজপুৰঃ শোণিতপুৰৰ ৰঙাপৰাত উত্তপ্ত পৰিস্থিতি। এগৰাকী কিশোৰী বিগত তিনিদিন ধৰি সন্ধানহীন হোৱাক কেন্দ্ৰ কৰি ৰঙাপৰাৰ সমীপৱৰ্তী বৰজুলিত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে স্থানীয় ৰাইজে। জানিহ পৰা মতে, ৰঙাপৰাৰ হাটখোলাৰ নিৱাসী ফাৰুক আহমেদৰ পুত্ৰ আশ্ৰফ আহমেদ ৰঙাপৰা বৰজুলি চাহ বাগিচাৰ ১৭ নং শ্ৰমিক লাইনৰ বাসিন্দা বিক্ৰম দীঘালৰ কন্যা তথা ৰঙাপৰা মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষত অধ্যয়ন কৰি থকা কিশোৰী […]