Posted inঅসম

ৰৌতাত ভয়ংকৰ পথ দুর্ঘটনাত আহত এজন যুৱক

ৰৌতা : ৰৌতাত ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ানক পথ দুর্ঘটনাত আহত হৈছে এজন যুৱক। তীব্ৰ বেগী বাহন এখনে যুৱকজনৰ বাইকত পিছফালৰ পৰা খুন্দা মাৰিছিল। আহত যুৱকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ। শনিবাৰে ৰৌতাত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন যুৱক গুৰুত্বৰভাৱে আহত হয়। ৰৌতাৰ ভালুকমাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুর্ঘটনা। অহাত […]