Posted inঅসম

ঘোষণা হ’ল বিশেষ মেট্ৰিক পৰীক্ষাৰ সময়সূচী

গুৱাহাটীঃ  ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশেষ মেট্ৰিক পৰীক্ষা। পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে অনুষ্ঠিত কৰিবলগীয়া বিশেষ মেট্ৰিক পৰীক্ষাৰ সূচী ঘোষণা কৰিছে ছেবাই। ৰাজ্যত প্ৰায় ১৮ হাজাৰ শিক্ষাৰ্থীয়ে ফলাফলত অসন্তুষ্ট হৈ বিশেষ পৰীক্ষাৰ বাবে আবেদন জনাইছিল৷ অসন্তুষ্ট মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক পুনৰ এক সুযোগ দিয়াৰ বাবে ছেবাই অনুষ্ঠিত কৰিব বিশেষ পৰীক্ষা৷   ১অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ চলিবলগীয়া […]