নিউজ ডেস্কঃ আপুনি কেইবাদিনো ধৰি মৃদু জ্বৰ, চৰ্দি আৰু কাহত ভুগি আছে নেকি? কোভিডৰ সকলোবোৰ লক্ষণ থকাৰ পিছতো আপোনাৰ কোভিড পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ আহিছে নেকি?কিন্তু কিয় হয় এনেকুৱা? চিকিৎসকসকলে এই সন্দৰ্ভত কেইবাটাও তথ্য দাঙি ধৰিছে। বজাৰত এতিয়া কোভিড পৰীক্ষাৰ বিভিন্ন কিট উপলব্ধ। কিটবোৰৰ সহায়ত কোভিড পৰীক্ষাৰ ফলাফল মাত্ৰ ১৫ মিনিটৰ ভিতৰতে পাব পাৰি। ইয়াৰ মূল্যয়ো […]