Posted inউত্তৰ-পূৱ

Rubaru Mr India Youth Icon 2022ৰ খিতাপ লাভ কৰিলে মণিপুৰৰ বেনাৰ লানামাই জেমছে

নিউজ ডেস্কঃ ১৮সংখ্যক Rubaru Mr India Youth Icon 2022ৰ খিতাপ লাভ কৰিলে মণিপুৰৰ সেনাপতি জিলাৰ বেনাৰ লানামাই জেমছে। প্ৰতিযোগিতাখনৰ গ্ৰেণ্ড ফিনালে চেন্নাইৰ ক্ৰাউন প্লাজা চেন্নাই আদিয়াৰ পাৰ্কত অনুষ্ঠিত হৈছিল। বেনাৰ লানামাই জেমছ Rubaru Mr India Youth Icon 2022 খিতাপ লাভ কৰা মণিপুৰৰ প্ৰথম গৰাকী যুৱক। ৬ ফুট উচ্চতাৰ ২২ বছৰীয়া এই যুৱকজনে প্ৰতিযোগিতাখনত ‘শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় […]