Posted inদেশ-বিদেশ

”বিগ বছ-১৪” বিজয়ী, অভিনেত্ৰী ৰুবিনা দিলাইক কভিড পজিটিভ

নিউজ ডেস্কঃ সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী ৰুবিনা দিলাইক কভিড-১৯ত আক্ৰান্ত হৈছে। শনিবাৰে অভিনেত্ৰী গৰাকীয়ে কভিড-১৯ত আক্ৰান্ত হোৱাৰ বিষয়ে ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰে। ৰুবিনাই তেওঁৰ পোষ্টটোত উল্লেখ কৰিছে “এমাহৰ পিছত মই প্লাজমা দান কৰাৰ বাবে যোগ্য হম। ১৭ দিন ধৰি ঘৰতে নিজকে আচুতীয়াকৈ কৰি ৰাখিছো। শেহতীয়াকৈ ৫-৬ দিন ধৰি যিসকল মোৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকে শীৰ্ঘ্ৰেই কভিড পৰীক্ষা […]