বাক্সাঃ বাক্সা জিলাৰ ৰূপহীত উপনিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মা। ৩০ অক্টোবৰত হ’বলগীয়া ভবানীপুৰ সমষ্টিৰ উপনিৰ্বাচনৰ বাবে বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ হৈ ৰূপহীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে। সভাৰ মাজতে মুখ্যমন্ত্ৰী গৰাকীয়ে ল’লে নেমু চৰবতৰ মজা। মুখ্যমন্ত্ৰী গৰাকীয়ে নিজে নেমু চেপি চৰবতৰ সোৱাদ লয়। তলা-চাবি গোন্ধাই থাকে বাবে ফণীধৰ তালুকদাৰক বিজেপিলৈ […]