Posted inঅসম

ৰূপহীহাটত পিষ্টল দেখুৱাই লুটি নিলে ধন

ৰূপহীহাটঃ ৰূপহীহাটত নম্বৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। ৩ জনীয়া ডকাইতৰ এটা দলে পিষ্টল দেখুৱাই এখন মেজিক গাড়ী ৰখাই ব্যৱসায়ীৰ পৰা লুটি নিলে নগদ ৬০হেজাৰ টকা। লাইলুৰীৰ পৰা মেজিক গাড়ীৰ চালকজনে ব্যৱসায় কৰি আহি আছিল। লগতে পঢ়কঃলামডিং ৰেল ষ্টেচন অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছেতিনিজাই গুলি ফুটাই ঘটনাস্থলীৰ পলায়ন কৰে ডকাইতৰ দলটো। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত […]