Posted inঅসম

একেখন বিদ্যালয়তে চৰকাৰী অনুমোদন সাপেক্ষে নিযুক্তি দিলে দুজনকৈ প্ৰধান শিক্ষকক

ৰূপহীহাটঃ জুৰীয়াত শিক্ষা বিভাগৰ আজৱ কাণ্ড। একেখন বিদ্যালয়তে চৰকাৰী অনুমোদন সাপেক্ষে নিযুক্তি দিলে দুজনকৈ প্ৰধান শিক্ষকক। বিপাঙত পৰিছে নৱনিযুক্ত জুৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া। এই ঘটনা সংঘটিত হৈছে জুৰীয়া ধিংগাওঁ প্ৰাথমিক বিদ্যালয়ত। প্ৰায় ৬ বছৰ পূৰ্বে ধিং গাওঁ প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হাফিজুৰ ৰহমানক মধ্যাহ্ন ভোজনৰ চাউল কেলেংকাৰি হোৱাৰ অভিযোগত শিক্ষা বিভাগে নিলম্বন কৰিছিল। […]