Posted inৰাজনীতি

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাসগৃহত ভিজিলেন্স চেলৰ অভিযান

নিউজ ডেস্ক: মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাসগৃহত মুখ্য মন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ তালাচী। বুধবাৰে বিধায়ক গৰাকীৰ মৰিয়নীস্থিত বাসগৃহত ভিজিলেন্স চেলৰ এটা তিনিজনীয়া দলে অভিযান চলায়। প্ৰাপ্ত তথ্য মতে, ২০১২ চনৰ পৰা ২০২২ চনলৈ কুৰ্মীয়ে তেওঁৰ বিধায়ক পুঁজিৰ ধন ব্যয় কৰাৰ ক্ষেত্ৰত বিসংগতিৰ অভিযোগ উঠাৰ পিছত দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে তেওঁৰ ঘৰত তালাচী চলায়।   দলটোৱে […]