Posted inঅসম

হিমন্ত বিশ্ব শৰ্মাক ভগৱান বিষ্ণুৰ অৱতাৰ আখ্যা ৰূপজ্যোতি কুৰ্মীৰ

নিউজ ডেস্কঃ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নিজা মন্তব্যক লৈ প্ৰায়ে চৰ্চাত থাকে। একালত যেনেকৈ কংগ্ৰেছত থাকি হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিছিল তেনেকৈ আজি বিজেপি থাকি বিধায়ক গৰাকীয়ে মুখ্যমন্ত্ৰীৰ গুণ গৰিমা নোকোৱাকে থাকিব নোৱাৰে। মঙলবাৰে সাংবাদিকৰ মুখামুখি হোৱাত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৈয়ে পেলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁ আজিকালি কিদৰে উপলব্ধি কৰে। হয়তু বহুতো মন্ত্ৰী, বিধায়ক, […]