Posted inঅসম

ৰূপহী গাঁও পঞ্চায়তৰ গ্ৰামোন্নয়নৰ নথি জ্বলাই ভস্মীভূত কৰিলে চোৰে

ৰূপহীহাট : ৰূপহী গাঁও পঞ্চায়তৰ গ্ৰামোন্নয়নৰ নথি জ্বলাই ভস্মীভূত কৰিলে চোৰে। বৃহস্পতিবাৰে নিশা ৰূপহী গাঁও পঞ্চায়ত কাৰ্যালয়ত সংঘটিত হয় এক ৰহস্যজনক চুৰিকাণ্ড। চোৰে কাৰ্যালয়ৰ তলা ভাঙি উলিয়াই নিয়ে গুৰুত্বপূৰ্ণ নথি পত্ৰ। গ্ৰামোন্নয়নৰ গুৰুত্বপূৰ্ণ নথি বাহিৰলৈ উলিয়াই পঞ্চায়ত কাৰ্যালয়ৰ চৌহদতে চোৰে নথি সমূহত অগ্নি সংযোগ কৰি ভস্মীভূত কৰে। পঞ্চায়তৰ কাৰ্যালয়ত সংৰক্ষিত হৈ আছিল এন আৰ চিৰ […]