Posted inঅসম

নগদ দুই লক্ষাধিক টকাসহ চোৰে লুটি নিলে সোণৰ অলংকাৰ

ৰূপহীহাট : ৰূপহীহাটত সংঘটিত হৈছে এক চুৰিকাণ্ড। নগদ দুই লক্ষাধিক টকাসহ চোৰে লুটি নিলে সোণৰ অলংকাৰ। আৰক্ষীৰ তদন্ত অব্যাহত। নগাঁও জিলাৰ ৰূপহীহাটত দেওবাৰে সন্দিয়াৰ ভাগত সংঘটিত হয় এক চুৰিকাণ্ড। এজন লোকৰ ঘৰত প্ৰৱেশ কৰি চোৰে লুটি নিয়ে নগদ ধনসহ বুজন পৰিমাণৰ সোণৰ অলংকাৰ। লগতে পঢ়ক : কাৰ্বি আংলংত হাতীৰ দাঁতসহ দুজন যুৱক আটক ৰূপহীহাটৰ ঘেহুৱা […]