ৰূপহীহাট : গুনোৎসৱৰ মাজতে ছাত্ৰীক মাৰপিট কাণ্ডৰ তদন্তত নামিল নগাঁৱৰ জিলা প্ৰাথমিক বিষয়া। অন কেমেৰাত শিক্ষা বিষয়াৰ সন্মুখত ছাত্ৰীক প্ৰহাৰ কৰা ঘটনা স্বীকাৰ কৰিলে প্ৰধান শিক্ষক ছাইফুল ইছলামে। ৰূপহীহাটৰ কোছগাঁও হাজী আব্দুল জব্বাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে এগৰাকী ছাত্ৰীক মাৰপিট কৰি গুৰুত্বৰভাৱে আহত কৰাৰ ঘটনা স্বীকাৰ কৰিলে প্ৰধান শিক্ষক গৰাকীয়ে। সম্প্ৰতি ছাত্ৰী গৰাকীৰ স্বাস্থ্যৰ যথেষ্ট […]