Posted inঅসম

নগাঁৱৰ জুৰীয়াত ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

ৰূপহীহাট : নগাঁৱৰ জুৰীয়াত ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী। জুৰীয়া আৰক্ষীৰ অভিযান হেৰ’ইন আৰু কফ চিৰাপসহ গ্ৰেপ্তাৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী। দীর্ঘদিন ধৰি দুয়ো অঞ্চলটোত ড্ৰাগছৰ বেহা চলাই আছিল। নগাঁও জিলাৰ জুৰীয়াৰ নিজ জুৰীয়া আৰু শিঙীয়াত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।আৰক্ষীয়ে পৃথকে পৃথকে চলোৱা এই অভিযানত এখন বাইক আৰু এখন চাৰিচকীয়া বাহনৰ লগতে ১১ গ্ৰাম হেৰ’ইন আৰু ২৯৯ […]