Posted inঅসম

আজিৰ পৰা মুকলি হ’ল ৰূপসী বিমানবন্দৰ

নিউজ ডেস্কঃ সুদীৰ্ঘ ৩৮ বছৰৰ অন্তত শনিবাৰৰ পৰা মুকলি হ’ল ৰূপসী বিমানবন্দৰ । পুৱা ৮ বাজি ৩৫মিনিটত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰপৰা ২৪ গৰাকী যাত্ৰী কঢ়িয়াই ৰূপসী বিমান বন্দৰত অৱতৰণ কৰে ”ফ্লাইবিগ এছ ৯ ২১১” য়ে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৯ চনৰ ২২ ফেব্ৰুৱাৰীত ধুবুৰীত ৰূপসী বিমান বন্দৰৰ পুনৰ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল। […]