Posted inঅসম

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বন্ধ হোৱা নাই দুৰ্নীতি, দুই বিষয়া নিলম্বন

ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে চলাই মাজতে এনেকেতবোৰ বিভাগ আছে য’ত পূৰ্বৰে পৰা চলি থকা দুৰ্নীতি অনিয়ম আগৰ দৰেই চলি আছে। নলবাৰী জিলাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডত সংঘটিত হোৱা কেইবাশ কোটিটকীয়া এম জি এনৰেগাৰ দুৰ্নীতি-কেলেংকাৰী সন্দৰ্ভত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে তদানীন্তন বি ডি অ’ নেকিবুৰ ৰহমান আৰু নলবাৰী জিলা পৰিষদৰ কার্যবাহী অভিযন্তা ছাহজাহান আলী আহমেদক মঙ্গলবাৰে চাকৰিৰ […]