নিউজ ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বিৰুদ্ধে জাৰি হৈছে গ্ৰেপ্তাৰী পৰোৱানা। আন্তৰ্জাতিক অপৰাধ ন্যায়ালয়ে শুক্ৰবাৰে প্ৰাথমিক তদন্তৰ পিছত পুটিনৰ বিৰুদ্ধে জাৰি কৰে গ্ৰেপ্তাৰী পৰোৱানা । ৰাছিয়া-ইউক্ৰেইন যুদ্ধত নিৰীহ লোকক হত্যা কৰাৰ লগতে ইউক্ৰেইনৰ শিশু আৰু মহিলাক বলপূৰ্বক ভাৱে ৰাছিয়ালৈ স্থানান্তৰ কৰাৰ বাবে আন্তৰ্জাতিক অপৰাধ ন্যায়ালয়ে পুটিনক অভিযুক্ত কৰিছে। যাৰ বাবে পুটিন এতিয়া বিদেশ ৰাষ্ট্ৰত ভ্ৰমণ […]