Posted inNews

যুদ্ধই বিধ্বস্ত কৰা ইউক্ৰেইনলৈ সহায়ৰ হাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ

ইউক্ৰেইনলৈ সহায়ৰ হাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাছিয়াৰ আগ্ৰাসনে এফালৰ পৰা আৰ্থিকভাৱে জুৰুলা কৰি অহা ইউক্ৰেইনলৈ সহায়ৰ হাত আগবঢ়ালে আমেৰিকাই। শেহতীয়াকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কী মিলিত হৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’  বাইডেনৰ সৈতে। এই বৈঠকতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে আৰ্থিক সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰে জেলেনস্কীয়ে। এই ঘোষণা অনুসৰি,  বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰায় ২ বিলিয়ন ডলাৰৰ সাহায্য আগবঢ়াব ইউক্ৰেইনলৈ […]