অন্ত পৰা নাই ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ। যোৱা বৰ্ষৰ ফেব্ৰুৱাৰীত ৰাছিয়াৰ আক্ৰমণৰ পিছতে ৰুছ আক্ৰমণক প্ৰতিহত কৰাৰ যুঁজত নামি পৰিছে ইউক্ৰেইনীয় সেনা। ইউক্ৰেইন সেনাৰ প্ৰত্যাক্ৰমণত অদ্যপি ইউক্ৰেইন দখল কৰিব পৰা নাই শক্তিশালী ৰুছ সেনাই। যুদ্ধৰ এনে দাবানলৰ মাজতে ইউক্ৰেইনে মস্কোৰ অধীনস্থ ডনেটস্কৰ অঞ্চলৰ এক শিবিৰত ৰকেট নিক্ষেপ কৰা বুলি দাবী কৰিছে। ইউক্ৰেইনৰ এই আক্ৰমণত শিবিৰটোত নিয়োজিত ৬৩ […]