নিউজ ডেস্ক: বৃহস্পতিবাৰে নিশা ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত চলোৱা আক্ৰমণত মৃত্যু হয় প্ৰায় ১৪ জন লোকৰ। কিয়েভৰ সামৰিক প্ৰশাসনৰ মুৰব্বীয়ে কয় যে ৫১ দিনৰ ভিতৰত কিয়েভত এইটো আছিল ৰাছিয়াৰ প্ৰথমটো ক্ষেপণাস্ত্ৰ আক্ৰমণ। ইউক্ৰেইনৰ বিষয়াসকলে সদৰী কৰা মতে, মধ্য চহৰ উমানৰ কেইবাটাও আৱাসিক অট্টালিকাত ক্ষেপণাস্ত্ৰৰে আঘাত কৰা হৈছে। তাত ৬ জন লোকৰ মৃত্যু হয়। আহত ৯ […]