Posted inদেশ-বিদেশ

ইউক্ৰেইনৰ স্বাধীনতা দিৱসৰ দিনাই ৰেল ষ্টেচনত ৰাছিয়াৰ ৰকেট আক্ৰমণ, নিহত কমেও ২২ জন

নিউজ ডেস্কঃ পুনৰ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ। ইউক্ৰেইনৰ স্বাধীনতা দিৱসৰ দিনাই ইউক্ৰেইনৰ এটা ৰেল ষ্টেচনত ৰাছিয়াই ৰকেটেৰে আক্ৰমণ কৰে। এই ঘটনাত কমেও ২২লোকৰ মৃত্যু হয়। ৰাছিয়াৰ চেপলিন চহৰৰ ৫জন নাগৰিকৰো এই ঘটনাত মৃত্যু হৈছে। নিহত সকলৰ ভিতৰত ৰাছিয়াৰ ১১বছৰীয়া এজন কিশোৰো আছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কৈছে যে আক্ৰমণটো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকৰ সময়ত সংঘটিত […]