Posted inNews

চিৰিয়াত ৰাছিয়াৰ এয়াৰ ষ্ট্ৰাইক, ৯ জন লোক নিহত: নিহতৰ ভিতৰত আছে দুই শিশু

নিউজ ডেস্কঃ ৰাছিয়াই দেওবাৰে উত্তৰ-পশ্চিম চিৰিয়াৰ বিদ্ৰোহী অধিকৃত অঞ্চলসমূহত এয়াৰ ষ্ট্ৰাইক কৰে। ৰাছিয়াৰ এই এয়াৰ ষ্ট্ৰাইকত দুটা শিশুসহ নজন লোক নিহত হয়। এএফপি সংবাদ সংস্থাই জনোৱা অনুসৰি, ইদলিব প্ৰদেশৰ জিছৰ আল-চুগুৰ চহৰৰ বজাৰ আৰু জাবাল আল-জাৱাইয়া অঞ্চলত এই আক্ৰমণ সংঘটিত হয়। চিৰিয়াই এই আক্ৰমণক গণহত্যাৰ সমান বুলি বৰ্ণনা কৰিছে। জিছৰ আল-চুগুৰ চহৰৰ এজন ৩৫ বছৰীয়া […]