নিউজ ডেস্কঃ আই পি এল ২০২৩ ৰ ২২ তম খেলখন মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হৈ আছে। সমগ্ৰ বিশ্বই আগ্ৰহেৰে অপেক্ষা কৰি থকা মুহূত্ব শেষ হ’বলৈ গৈ আছে। ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰে আজিৰ খেলখনত মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এলত প্ৰথম আত্মপ্ৰকাশ কৰিছে। ইতিমধ্যে ৰোহিত শৰ্মাই তথা মুম্বাই ইণ্ডিয়ানছ […]