Posted inদেশ-বিদেশ

কৰোণা ভাইৰাছত আক্ৰান্ত প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰক হস্পিতালত ভৰ্তি কৰা হৈছে

নিউজ ডেস্কঃ ভাৰতীয় ক্ৰিকেটজগতৰ প্ৰসিদ্ধ ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰক হস্পিতালত ভৰ্তি কৰা হৈছে। কিছুদিন পূৰ্বে কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল প্ৰাক্তন ক্ৰিকেটাৰ গৰাকী। শুকুৰবাৰে শচীন তেণ্ডুলকাৰৰ স্বাস্থ্যৰ অৱনতি ঘটাত হস্পিতালত ভৰ্তি কৰা হয়। উল্লেখ্য যে, যোৱা ২৭ মাৰ্চত ক্ৰিকেটাৰগৰাকীৰ দেহত কোৰোনাৰ সংক্ৰমণ ধৰা পৰাৰ পিছত ঘৰতে কোৱাৰেন্টাইনত আছিল যদিও শেহতীয়াকৈ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে ভৰ্তি কৰা হৈছে। […]