নিউজ ডেস্কঃআজি শদিয়াত ভূমিহীন খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ” অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ ট্ৰেইবেল্ট বেল্ট এণ্ড ব্লক গোপীনাথ বৰদলৈয়ে প্ৰৱৰ্তন কৰিছিল। তাত কেইটামান জনগোষ্ঠীৰ নাম বাদ পৰিছিল। যিটো আমি খিলঞ্জীয়া জনগোষ্ঠীক বেল্টত অন্তৰ্ভুক্ত কৰি পট্টা দিয়াৰ ব্যৱস্থা কৰা হৈছে।” খিলঞ্জীয়াই […]