Posted inঅসম

গৰীয়া সকলক চৰকাৰে খিলঞ্জীয়া মুছলমান বুলি ধৰ্মৰ ভিত্তিত ভাগ কৰিছে: সদৌ অসম গৰীয়া জাতীয় পৰিষদ

গুৱাহাটীঃ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ৫টা অসমীয়া মুছলিম উপগোট গৰীয়া, মৰিয়া, জলহা, দেশী আৰু চৈয়দক খিলঞ্জীয়া অসমীয়া মুছলমান সম্প্ৰদায় হিচাপে চিহ্নিত কৰাত অনোমোদন জনাইছে। চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে বিভিন্ন দল সংগঠনে। কিন্তু সদৌ অসম গৰীয়া জাতীয় পৰিষদে চৰকাৰৰ এই সিদ্ধান্ত অভিসন্ধিমূলক বুলি মন্তব্য কৰিছে। কাৰণ গৰীয়া, মৰিয়া, জলহা, দেশী আৰু […]