Posted inদেশ-বিদেশ

বলীউদৰ প্ৰসিদ্ধ লেখক-পৰিচালক সাগৰ ছৰহাদীৰ দেহাৱসান

নিউজ ডেস্ক- বলীউদৰ প্ৰসিদ্ধ পৰিচালক-লেখক সাগৰ ছৰহাদীৰ দেহাৱসান। দেওবাৰে নিশা নিজ বাসগৃহত মৃত্যু হয় পৰিচালক গৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৮ বছৰ। ছৰহাদীয়ে চিত্ৰনাট্য ৰচনা, ছবি পৰিচালনা তথা প্ৰযোজনাৰে অতুলনীয় খ্যাতি অৰ্জন কৰিছিল। ‘নুৰী’, ‘বাজাৰ’, ‘কভী-কভী’, ‘ছিলছিলা’, ‘চান্দনী’, ‘দীৱানা’, ‘কহো না প্যাৰ হ্যে’ৰ দৰে ছবিত তেওঁ স্মৰণীয় অৱদান আগবঢ়াইছিল। ১৯৩৩ চনৰ ১১ মে’ত পাকিস্তানত […]