Posted inদেশ-বিদেশ

পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত ‘বছপন কা প্যাৰ’খ্যাত সহদেৱ ডিৰ্ডো

নিউজ ডেস্ক : পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত ‘বছপন কা প্যাৰ’খ্যাত সহদেৱ ডিৰ্ডো। মঙলবাৰে এক বাইক দুৰ্ঘটনাত আহত হৈছিল সহদেৱ ডিৰ্ডো। জনপ্ৰিয় ৰেপাৰ বাদশ্বহে সহদেৱ ডিৰ্ডোৰ সৈতে কণ্ঠদান কৰিছিল ‘বছপন কা প্যাৰ’ গীতত। ‘বছপন কা প্যাৰ’ গীতেৰে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰি জনপ্রিয় হৈ পৰা ১০ বছৰীয়া কণমানি সহদেৱ ডিৰ্ডো এক পথ দুৰ্ঘটনাত আহত হৈছে। কণমানি […]