Posted inঅসম

সাহিত্য একাডেমীৰ বঁটা ডা° অপূৰ্ব কুমাৰ শইকীয়ালৈ

নিউজ ডেস্ক: ২০২০ বৰ্ষৰ সাহিত্য একাডেমী বঁটা ঘোষণা কৰা হৈছে | এইবৰ্ষৰ এই সন্মান লাভ কৰিছেডা০ অপূৰ্ব কুমাৰ শইকীয়াই ।বেংছতা নামৰ গল্প সংকলনৰ বাবে এই সন্মান লাভ কৰিছে ডা° শইকীয়াই ।বৃত্তিত চিকিৎসক ডা° শইকীয়া ই এছ আই চি মৰ্ডাৰ্ণ হস্পিতাল খানাপাৰাৰ মুখ্য চিকিৎসক । আনহাতেযুব একাডেমী বঁটা প্ৰদান কৰা হৈছে দ্বিজেন কুমাৰ দাসলৈ ।”মেঘ-ঘোঁৰা” কাব্য […]