নিউজ ডেস্ক : চলিত টকিঅ’ অলিম্পিকত পদক নিশ্চিত কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা লাভলীনাৰ ওপৰত এতিয়া সমগ্ৰ দেশৰ জনতাৰ দৃষ্টি আবদ্ধ। শুকুৰবাৰে টাইপেৰ চিয়েন চিন চেনক ৪-১ পইণ্টত পৰাস্ত কৰি লাভলীনাই ছেমি ফাইনেলত প্ৰৱেশ কৰে। গোলাঘাটৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী টিকেন বৰগোহাঁই আৰু মামণি বৰগোহাঁইৰ কন্যা লাভলীনাৰ আজিৰ বিজয়ে সমগ্ৰ অসমত আনন্দৰ লহৰ তোলাৰ […]