নিউজ ডেস্কঃ কৰীনাৰ প্ৰেগনেন্সি বাইবেল কিতাপখনত তেওঁৰ দ্বিতীয় পুত্ৰৰ নাম আৰু ছবি পোহৰলৈ অহাৰ পাছতেই বিভিন্ন জনে চৰ্চা কৰিছে কৰীণা কপুৰ খান আৰু ছইফ আলী খানক। ছচিয়েল মিডিয়াত বহুজনে ছইফ-কৰীণাক লৈ নানা ধৰণৰ মন্তব্যৰে কটাক্ষয়ো কৰিছে। ফটোখনত কৰিনাই তেওঁৰ সৰু পুত্ৰৰ কপালত চুমা খাই আছে আৰু জনালে, তেওঁলোকৰ দ্বিতীয় সন্তানৰ নাম ৰাখিলে জাহাংগীৰ আলী খান […]