গোৱালপাৰাঃ দেশৰ সৈনিক স্কুল বোৰত কেৱল ল’ৰাইহে শিক্ষাগ্ৰহণ কৰিব পাৰিছিল কিন্তু এতিয়াৰে পৰা কেৱল ল’ৰাই নহয় ছোৱালীয়েও শিক্ষাগ্ৰহণ কৰিব পাৰিব। ছোৱালীৰ বাবেও মুকলি হ’ল সৈনিক স্কুলৰ দুৱাৰ। স্বাধীনতা দিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই বিষয়ে ঘোষণা কৰাৰ পাছতেই এক নতুন যুগৰ সূচনা হ’ল। অসমৰ গোৱালপাৰাত থকা একমাত্ৰ সৈনিক স্কুলখনত শেহতীয়াকৈ ১০ গৰাকী ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত […]