Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

BiggBoss16:বিগ বছত Host কৰা বিনিময়ত ছলমান খানে লাভ কৰা পাৰিশ্ৰমিক জানিলে আচৰিত হ’ব

নিউজ ডেস্কঃ কালাৰ্ছ টিভিৰ বিগ বছ ভাৰতৰ আটাইতকৈ জনপ্ৰিয় আৰু বিতৰ্কিত ৰিয়েলিটি শ্ব’। এইবাৰ বিগ বছ -ছিজন ১৬ ৰাইজৰ মাজলৈ আহিবলৈ সাজু হৈছে। শেহতীয়াকৈ, ছ’চিয়েল মিডিয়াত এটা বাতৰি ভাইৰেল হৈ পৰিছে। বিগ বছ ১৬ আহি আছে। এই ৰিয়েলিটি শ্ব’টোত কোন কোন থাকিব সেই তালিকা ইতিমধ্যে প্ৰচাৰিত হ’বলৈ আৰম্ভ কৰিছে। ইয়াৰ মাজতে সকলোকে আচৰিত কৰা বাতৰিটো […]