নিউজ ডেস্ক: সম্প্ৰতি সমগ্ৰ দেশতে সমকামী বিবাহক লৈ এক গুৰুত্বৰ আৰু ব্যাপক বিৰ্তক চলি আছে। সমকামী বিবাহৰ এই বিৰ্তকৰ মাজতে দৃষ্টি নাৰী অধ্যয়ন আলোকপাত কেন্দ্ৰই বিশ্বব্যাপী এক সমীক্ষাও আৰম্ভ কৰিছে। ইয়াত মূলত চাৰিটা প্ৰশ্নৰ ওপৰত জনতাৰ মতামত বিচৰা হৈছে। সমলিংগ বিবাহ সন্দৰ্ভত দৃষ্টি অধ্যয়ন কেন্দ্ৰৰ প্ৰথম প্ৰশ্নটো হ’ল- ভাৰতত সমলিংগ বিবাহ এক গুৰুত্বৰ সামাজিক বিষয় […]