নিউজ ডেস্কঃ অসম মেঘালয়ৰ মাজত দীৰ্ঘ দিনৰ পৰা চলি থকা সীমা বিবাদৰ সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে চলাই যোৱা আলোচনাৰ অগ্ৰগতিৰ খাতিয়ান দেশৰ গৃহমন্ত্ৰীক অবগত কৰিছে। এই সময়তে আছুৰ ফালৰ পৰা চৰকাৰক জনোৱা হৈছেমেঘালয়ৰ সৈতে বিবদমান সীমান্তলৈ যাব অসম ছাত্ৰ সন্থাসহ পাঁচটাকৈ ছাত্ৰ সংগঠন। সদৌ অসম ছাত্ৰ সন্থাসহ এই পাঁচটা সংগঠনে অসম-মেঘালয় সীমান্ত পৰিদৰ্শন কৰি […]