Posted inঅসম

জামুগুৰিহাটত চেনিটাইজেচন কাৰ্যসূচী

জামুগুৰিহাটঃ ক’ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰা শোণিতপুৰ জিলাৰ জামুগুৰিহাটত বৰ্তমান অধিক ভয়াবহ হৈ উঠিছে ক’ভিডৰ গণ সংক্ৰমণ। ইতিমধ্যে প্ৰায় ১৬শৰো অধিক লোক অঞ্চলটোত কৰ’নাত আক্ৰান্ত হোৱাৰ লগতে ১৫ জনকৈ লোকৰ মৃত্যু হৈছে। একোখনকৈ গাঁৱত আক্ৰান্ত হৈছে ৩৫ জন পৰ্য্যন্ত ব্যক্তি।শোণিতপুৰ জিলাৰ ভিতৰতে বৰ্তমান আক্ৰান্তৰ হাৰ সৰ্বাধিক হোৱা জামুগুৰিহাটৰ ভয়াবহ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি […]