অৱশেষত শ্ৰম আয়ুক্তৰ নিৰ্দেশ মানি ১৩ লক্ষাধিক টকাৰ ক্ষতিপূৰণ দিবলৈ বাধ্য হ’ল ডিব্ৰুগড় জিলাৰ লেপেটকটা চাহ বাগিচাৰ মালিকপক্ষই। বাগিচাৰ কলঘৰত কৰ্মৰত অৱস্থাত গুৰুতৰভাৱে আহত হোৱা মইনা নায়ক নামৰ যুৱতীগৰাকীক কালি এই ধন হস্তান্তৰ কৰা হয়৷