ৰাজ্যৰ শ্ৰম আৰু চাহ জনগোষ্ঠীৰ উন্নয়ন মন্ত্ৰী সঞ্জন কিষানৰ বিৰুদ্ধে নিযুক্তিৰ নামত ব্যাপক অনীতি হোৱাৰ অভিযোগ তুলি, ৰাজীৱ মাঝি নামৰ এজন যুবকে ৫জুন ২০২১ত বৰ্তমানৰ মুখ্যমন্ত্ৰীলৈ লিখিলে এখন মুকলি পত্ৰ। পত্ৰত পূৰ্বৰ সোণোৱাল চৰকাৰ দিনতো কিছুদিনৰ বাবে এই বিভাগৰ মন্ত্ৰীৰ দায়িত্বত থকা কিষানে শ্ৰমিক কল্যাণ আৰু চাহ জনজাতি কল্যাণ সঞ্চালকালয়ত নিযুক্তিৰ নামত আত্মীয় স্বজনক নিযুক্তি […]