Posted inNews

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত জিলিকিল অসমৰ পাট কাপোৰ

উজ ডেস্ক: কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত জিলিকিল অসমৰ পাট কাপোৰ। বিশ্বৰ দুগৰাকী শ্ৰেষ্ঠ মডেলে পৰিধান কৰিলে ডিজাইনাৰ সংযুক্তা দত্তই ডিজাইন কৰা অসমৰ পাট কাপোৰ। শেহতীয়াকৈ সমাপ্ত হোৱা কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৩ৰ ৭৬ সংখ্যক সংস্কৰণত অগ্ৰণী আন্তঃৰাষ্ট্ৰীয় মডেল ইংৰিডা ইলগিন আৰু মিৰ্কা হাৱাৰ্ডে দৰ্শনীয় হস্তনিৰ্মিত সংযুক্তা দত্তৰ এনচেম্বল বস্ত্ৰ পৰিধান কৰি ৰেড কাৰ্পেটত খোজ কাঢ়িছিল। […]