Posted inঅসম

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মাতৃৰ দেহাৱসান

নিউজ ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মাতৃ শান্তি গগৈৰ দেহাৱসান। শুকুৰবাৰে পুৱা দিল্লীৰ এখন ব্যক্তিগত খণ্ডৰ হস্পিতালত মৃত্যু বৰণ কৰে শান্তি গগৈয়ে। চকুৰ অস্ত্ৰোপ্ৰচাৰৰ বাবে দিল্লীত চিকিৎসাধীন হৈ আছিল শান্তি গগৈ। দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত সমাজ সেৱিকা শান্তি গগৈৰ চকুৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হোৱাৰ পাচতেই স্বাস্থ্যৰ অৱনতি ঘটে আৰু অৱশেষত দেহাৱসান ঘটে। আৰু পঢ়কঃ […]