সোণাৰিঃ ধন আত্মসাতৰ অভিযোগত সাপেখাতীত যুৱকক আটক। ধৃত যুৱকজন চৰাইদেউ জিলাৰ সাপেখাতি বাঘমৰিয়াল গাঁৱৰ শিশিৰ কুমাৰ গগৈ। জটিল ৰোগত আক্ৰান্ত হৈ বাংগালোৰত চিকিৎসাধীন হৈ থকা এটি কণমানিলৈ আগবঢ়োৱা ৰাইজৰ ধন জালিয়াতিৰে আত্মসাৎ কৰাৰ অভিযোগত আটক শিশিৰ কুমাৰ গগৈ। তথ্য অনুসৰি মঙ্গলদৈৰ মৃদুল কলিতা নামৰ লোকজনৰ কণমানি সন্তান জিউ এক জটিল ৰোগত আক্ৰান্ত হৈ বাংগালোৰত চিকিৎসাধীন […]