Posted inঅসম

বোকাখাতৰ এইখন বিদ্যালয়ত সৰস্বতী পূজা নহয়, অনুষ্ঠিত হয় ব্যতিক্ৰমী অনুষ্ঠান

বোকাখাত, উত্তম কুমাৰ শৰ্মা: আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। বাক দেৱীৰ বন্দনাৰে মুখৰিত হৈছে ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠান। অৱশ্যে বোকাখাতৰ এখন বিদ্যালয়ে উদযাপন কৰা নাই সৰস্বতী পূজা। সৰস্বতী পূজাৰ পৰিৱৰ্তে বিদ্যালয়খনত অনুষ্ঠিত হৈছে এক ব্যতিক্ৰমী অনুষ্ঠান। ব্যতিক্ৰমী শিক্ষা ব্যৱস্থাৰে বোকাখাতৰ আগশাৰীৰ বিদ্যালয় হিচাপে গঢ় লৈ উঠা, প্ৰয়াস অধ্যয়ন চক্ৰৰ অন্যতম নিবেদন ‘বোকাখাত জাতীয় বিদ্যালয়’ত আজি […]