নিউজ ডেস্ক: দুদিনীয়া কাৰ্যসূচীৰে কটন বিশ্ববিদ্যালয়ত শুক্ৰবাৰৰ পৰা অনুষ্ঠিত হৈছে “দ্যা কটন কনক্লেভ ২০২৩”। কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত অনুষ্ঠানটো উদ্বোধন কৰে। শিক্ষাৰ্থীক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। একালত কটনত পঢ়াৰ ইচ্ছা থকা বুলিও উল্লেখ কৰে সৰ্বানন্দ সোণোৱালে। তেওঁ কয়, “আজি এই কটন বিশ্ববিদ্যালয়ত আপোনালোকে অধ্যয়ন কৰা […]