Posted inঅসম

সৰ্বানন্দ সোণোৱালৰ হাতত দলে নতুন দায়িত্ব অৰ্পন কৰিব : হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক : প্ৰাক্তন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই নতুন দায়িত্ব অৰ্পন কৰিব। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত এই মন্তব্য কৰে। অৱশ্যে, সোণোৱালক কি দায়িত্ব অৰ্পন কৰা হ’ব সেই সম্পৰ্কে তেওঁ জ্ঞাত নহয় বুলি মুখ্য মন্ত্ৰী শৰ্মাই লগতে কয়। বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত শৰ্মাই কয়, ‘নাড্ডাজী (বিজেপিৰ […]