নিউজ ডেস্ক: তিনিদিনীয়াকৈ শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ৩০ সংখ্যক অসম একুৱেটিক চেম্পিয়নশ্বিপৰ বাবে চৰাইদেউ জিলা সাঁতোৰ দলটোৰ নাম ঘোষণা কৰিছে । প্ৰতিযোগিতাখন গুৱাহাটীৰ সৰুসজাইৰ জাকিৰ হুছেই একুৱেটিক কমপ্লেক্সত অনুষ্ঠিত হ’ব। অসম সাঁতোৰ সন্থাৰ উদ্যোগত হ’ব লগা উত্ত প্রতিযোগিতাৰ বাবে ঘোষণা কৰা দলটোৰ খেলুৱৈসকল হ’ল আৰোহণ ফুকন, শাশ্বত কোঁৱৰ, তন্ময় গোহাঁই, অদ্ৰৰিক ওৱেলছন টেং, কৃষ্ণালয় কমল […]