সৰুপথাৰঃ পুনৰ আলফা (স্বাঃ)ত এজন যুৱকে যোগদান কৰাৰ খবৰ পোৱা গৈছে। যুৱকজন সৰুপথাৰৰ উৰিয়ামঘাট ডিমৰুজানৰ পদ্ম গগৈ। বিগত ২১ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ আছিল পদ্ম গগৈ৷ লগতে পঢ়কঃঅসম আৰু ত্ৰিপুৰাৰ দৃষ্টিহীন ক্ৰিকেট দলৰ মাজত প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন ঘৰৰ পৰা সৰুপথাৰলৈ বুলি ওলাই আহি পুনৰ নিজগৃহলৈ উভতি নগ’ল পদ্ম গগৈ। পুত্ৰক ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান […]