Posted inক্ৰীড়া

সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈছে সীমান্ত ক্ৰীড়া মহোৎসৱ

গুৱাহাটীঃ মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছে সীমান্ত ক্ৰীড়া মহোৎসৱ। তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই সীমান্ত ক্ৰীড়া মহোৎসৱ। মুকলি অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া মন্ত্ৰী বিমল বৰা , মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। লগতে পঢ়কঃজামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ক আদৰ্শ বিদ্যালয়লৈ উন্নীতকৰণ এই ক্ৰীড়া মহোৎসৱত ৯ খনকৈ সীমান্ত জিলাৰ খেলুৱৈদলে অংশগ্ৰহণ কৰে […]