নিউজ ডেস্কঃ বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত আন এক অভিলেখ গঢ়িলে ভাৰতৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে। ভাৰতৰ বিভিন্ন ৰাজ্যৰ স্কুলীয়া শিক্ষাৰ্থীয়ে নিৰ্মাণ কৰা ১৫০ টা কৃত্ৰিম উপগ্ৰহ দেওবাৰে উৎক্ষেপণ কৰা হয়। এ পি জে আব্দুল কালাম ছেটেলাইট লন্স ভেহিকল মিছন-২০২৩ অংশ স্বৰূপে ইয়াক কাৰ্যক্ষম কৰা হয়। তামিলনাডুৰ চেংগালপাট্ট জিলাৰ পাট্টিপোলাম গাঁৱত এ পি জে আব্দুল কালাম ছেটেলাইট লন্স ভেহিকল […]