মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত ইটাখোলা অঞ্চলৰ এগৰাকী প্ৰায় ২০বছৰীয়া যুৱতীৰ অস্বাভাৱিক অৱস্থাত মৃতদেহ উদ্ধাৰ ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে। লিডু আৰক্ষী চকীৰ পৰা প্ৰায় ১০০মিটাৰ নিলগত ২৪ জানুৱাৰী তাৰিখে পুৱা প্ৰায় ৯ বজাত চবনম খাতুন (২০) নামৰ এগৰাকী যুৱতীয়ে নিজ বাসগৃহৰ পৰা প্ৰায় ৩০/৪০ মিটাৰ নিলগত অৱস্থিত তথা ক’ল ইণ্ডিয়াৰ মুক্তখননস্থলীত প্ৰাতঃক্ৰিয়া […]