Posted inNews

দেশৰ  তিনিটা বেংক ধন জমা ৰখাৰ আটাইতকৈ সুৰক্ষিত! ৰিজাৰ্ভ বেংকৰ তালিকা প্ৰকাশ

নিউজ ডেস্ক: ভাৰতত বৰ্তমান ব্যক্তিগত খণ্ডৰ বেংকৰ মুঠ সংখ্যা ২১টা আৰু ৰাজহুৱা খণ্ডৰ বেংকৰ সংখ্যা ১২টা। এই ৩৩ টা বেংকত ভাৰতীয়সকলে প্ৰধানকৈ ধন জমা ৰাখে। কিন্তু আপোনাৰ ধন জমা ৰাখিবলৈ এই বেংকবোৰৰ কোনটো আটাইতকৈ সুৰক্ষিত? ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে এই সন্দৰ্ভত এখন তালিকা প্ৰকাশ কৰিছে। ২০২২ চনত  আৰবিআইয়ে মুকলি কৰা ধন জমা ৰখাৰ বাবে সুৰক্ষিত বেংকৰ […]