Posted inচাকৰি

SBI-ত ৫০০৮ টা জুনিয়ৰ এছ’চিয়েটৰ পদত ওলাইছে চাকৰি

নিউজ ডেস্ক: ভাৰতীয় ষ্টেট বেংকৰ বিভিন্ন শাখাত জুনিয়ৰ এছ’চিয়েটৰ পদত নিযুক্তি সংক্ৰান্তীয় এক অধিসূচনা প্ৰকাশ কৰা হৈছে। এক বিভাগীয় বিজ্ঞাপন যোগে SBI-ত খালী হৈ থকা ৫০০৮ টা পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। পদৰ নাম: জুনিয়ৰ এছ’চিয়েট (গ্ৰাহক সহায়ক আৰু বিক্ৰী)। পদৰ সংখ্যা: ৫,০০৮ টা, ইয়াৰে অসমৰ বাবে আছে ২৫৮ […]