নিউজ ডেস্ক: ডিব্ৰুগড়ৰ শিক্ষা বিষয়া কাৰ্যালয়ত এক বৃহৎ পৰিমাণৰ বিত্তীয় কেলংকাৰী সংঘটিত হৈছে। বিত্তীয় কেলংকাৰী ভিত্তিতেই ইতিমধ্যে আৰক্ষীয়ে ধনটি গগৈ লোকজন গ্ৰেপ্তাৰ কৰা হৈছে। ডিব্ৰুগড়ৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বন্তি শৰ্মাৰ অভিযোগ অনুসৰি, শিক্ষা বিষয়া কাৰ্যালয়ৰ গাণনিক ধনটি গগৈয়ে প্ৰায় ৩০ লাখ টকাৰ বিত্তীয় কেলংকাৰী সংঘটিত কৰিছে। পৰিদৰ্শক বন্তি শৰ্মাৰ জনোৱা মতে, গাণনিক ধনটি গগৈয়ে কাৰ্যালয়ৰ দুটা […]