Posted inNews

SCERT কেলেংকাৰিৰ ছয়জন অভিযুক্তৰ জামিন নাকচ আদালতৰ

নিউজ ডেস্ক- ১০৫ কোটি টকাৰ SCERT কেলেংকাৰিৰ কালি বিশেষ ন্যায়াধীশৰ আদালতে ছয়জন অভিযুক্তৰ জামিন নাকচ কৰে।   জানিব পৰা মতে, বিশেষ ন্যায়াধীশৰ আদালতে অভিযুক্ত ব্যক্তি সোণমনি নাথ, ভাস্কৰ হাজৰিকা, মনোজ দাস, ডেভিদ অধিকাৰী, বেনিন দলে, ৰাজেশ কুমাৰ যোশীয়ে জামিন বিচাৰি কৰা আবেদন নাকচ কৰে। উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে এই কেলেংকাৰীৰ সৈতে জড়িত দুজন […]